পৰিচয় ইমানেই, তেওঁ দুটা বৰ্ণত বিভক্ত এটা নাম!

আনে সুধিলে ক'ব পৰাকৈ মইনো কিমান জানো তেওঁক!

এটি অচিনাকি গলিত মোৰ সপোনৰ ঘৰ, দিঠকৰ ৰ'দে যি গলি স্পৰ্শ কৰা নাই কাহানিও! মোৰ বুকুৰ তেজ শুহি গজালি মেলা এই সপোন এতিয়া পৈণত, অথচ সৰি পৰাৰ ভয়ত মই স্পৰ্শ কৰিব পৰা নাই।


আপোনাৰ বন্ধুৰ সতে ভাগ-বতৰা কৰক